জলকীয়া পুলি লগোৱাৰ A to Z পদ্ধতি আৰু বিভিন্ন বেমাৰ
 L Agriculture blog L Agriculture blog
409 subscribers
2,458 views
29

 Published On Aug 3, 2024

জলকীয়া পুলি লগোৱাৰ A to Z পদ্ধতি আৰু বিভিন্ন বেমাৰ
ফিৰিঙি জলকীয়া গছ প্ৰায় ৩,৪ ফুটমান ওখ হয়, গছজোপাৰ জলকীয়া বোৰ সৰু সৰু আৰু অত্যাধিক জলা । সেয়ে ইয়াৰ নাম ফিৰিঙি নামেৰে জনাজাত, ফিৰিঙি কেইবাবিধো আছে- নগা-ফিৰিঙি, সূৰ্য্যমূখী জলকীয়া। আটাইকেইবিধৰেই জাল।
গ্রীষ্ম আৰু শীত দুয়োটা ঋতুত এই খেতি কৰা হয়। এই খেতি কৰি আশানুৰুপ ফচল পাবলৈ আৰু আর্থিকভাৱে লাভবান হ'বলৈ হ'লে শস্যডৰা অনিষ্টকাৰী পোক পৰুৱাৰ আৰু বেমাৰৰ পৰা ৰক্ষা কৰাটো অতি প্রয়োজন । জলকীয়া খেতিৰ পোক পৰুৱা বেমাৰসমূহৰ নিয়ন্ত্রণ ব্যৱস্থাৰ
জলকীয়া খেতিৰ প্রধান কীট পতংগসমূহ
পাতওকণি

এইবিধ পোক দেখাত নিচেই সৰু ক'লা বৰণৰ । ইহঁতে জলকীয়া গছৰ পাতৰ ৰস শুহি খোৱাৰ ফলত পাতবোৰ কেঁকুৰা কেঁকুৰি হৈ পৰে। আৰু বিভিন্ন ধৰণৰ বেমাৰ আছে।

show more

Share/Embed