সুধাকণ্ঠৰ বাবে উচৰ্গিত মিথুন ধৰৰ কণ্ঠত শুনক ‘গভীৰ আস্থাৰ গান’
NKTV PLUS NKTV PLUS
621K subscribers
40,968 views
654

 Published On Sep 8, 2024

সুধাকণ্ঠবিহীন ১৩টা বছৰ...
সেই কণ্ঠ তাহানিৰ দৰে আজিও বুকুত বাজে আপোনাৰ
কণ্ঠ শুনিলেই ‘বুকু হম হম কৰে’ আপোনাৰ
তেওঁৰ ‘গভীৰ আস্থাৰ গান’ আজিও একেদৰেই সতেজ-সুঠাম
‘গীতৰ সভা’ত সুধাকণ্ঠই যেন পাৰি দিছে ‘এখনি নীলা চাদৰ’
নীলা চাদৰৰ সংস্পৰ্শত ‘মানুহে মানুহৰ বাবে’ ভবাৰ প্রতিশ্রুতি
‘বিস্তীৰ্ণ পাৰৰে, অসংখ্যজনৰে’ বুকুত এতিয়াও ড০ ভূপেন হাজৰিকা
‘আহ আহ ওলাই আহ সজাগ জনতা’
‘আহ আহ ওলাই আহ পোহৰ আনোঁতা’
দেশ-দেশান্তৰত এতিয়া যেন তাৰেই প্রয়োজনীয়তা
‘অ’ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই’
‘প্ৰতিধ্বনি শুনো মই প্রতিধ্বনি শুনো’
‘মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীৰ্থ’
‘বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা’
‘তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ এপাহি ৰজনী গন্ধা’
হৃদয় জোকাৰি যোৱা হাজাৰ হাজাৰ গানৰ সৃষ্টিকৰ্তাৰ জন্মদিন কাইলৈ
জন্মদিনৰ প্ৰাকসন্ধ্যা কলকাতাৰ পৰা আহিছে সুধাকণ্ঠৰ অন্যতম শিষ্য
শিষ্যক নেদেখিলে বিশ্বাস নহ’ব, গান ভূপেন দাই গোৱা নাই!
সুধাকণ্ঠৰ বাবে উচৰ্গিত মিথুন ধৰৰ কণ্ঠত শুনক ‘গভীৰ আস্থাৰ গান’
কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তীৰ সন্মুখত মিথুন ধৰ
খবৰ হ’ল ভূপেন দাৰ গীত গায় মিথুন ধৰে
আঁৰৰ খবৰ– তালিগঞ্জৰ ভূপেন দাৰ ঘৰটোৰে সংস্পৰ্শ মিথুন ধৰৰ
‘খবৰৰ আঁৰৰ খবৰ’

show more

Share/Embed