ভিটামিন বি ১২ আৰু খাদ্য: কাৰ্য্য আৰু অভাৱ | Diet to increase Vitamin B12, in Assamese | Ivy Gogoi
Swasthya Plus Assamese Swasthya Plus Assamese
5.99K subscribers
73 views
4

 Published On Jul 30, 2024

#VitaminB12 #AssameseHealthTips

ভিটামিন বি ১২ য়ে শৰীৰৰ বাবে বহু কাম কৰে, যেনে ই মানুহৰ শৰীৰত ডি এন এ আৰু ৰক্তকণিকা তৈয়াৰ কৰাত সহায় কৰে। ভিটামিন বি ১২ৰ পশুৰ উৎসৰ ভিতৰত দুগ্ধজাত সামগ্ৰী, কণী, মাছ, মাংস, আৰু হাঁহ-কুকুৰা আদি অন্তৰ্ভুক্ত। গতিকে, ভিটামিন বি ১২ৰ কাম কি আৰু ইয়াৰ অভাৱত কি হয়? পুষ্টিবিদ আইভী গগৈৰ পৰা অধিক জানো আহক।

এই ভিডিঅ’টোত,

ভিটামিন বি১২ৰ কাৰ্য্য (0:00)
ভিটামিন বি ১২ প্ৰচুৰ পৰিমাণে থকা স্থানীয় খাদ্য কি কি? (0:48)
নিৰামিষভোজীয়ে কেনেকৈ ভিটামিন বি ১২ লাভ কৰিব পাৰে? (1:24)
ভিটামিন বি ১২ৰ অভাৱ হ’লে কি হ’ব? (2:11)
কেতিয়া পৰিপূৰক ঔষধৰ প্ৰয়োজন হব লাগে? (3:04)
এইবোৰ গ্ৰহণৰ বাবে চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন হয়নে? (3:56)

Vitamin B-12 plays an essential role in red blood cell formation, cell metabolism, nerve function, and the production of DNA. Food sources of vitamin B-12 include poultry, meat, fish, and dairy products.  What are the foods rich in Vitamin B12? How can vegetarians get Vitamin B12? Let’s know more from Ivy Gogoi, a Dietician.

In this Video,

Function of Vitamin B12, in Assamese (0:00)
Food rich in Vitamin B12, in Assamese (0:48)
How can vegetarians get Vitamin B12? in Assamese (1:24)
Symptoms of Vitamin B12 Deficiency, in Assamese (2:11)
When should need supplements for Vitamin B12 deficiency? in Assamese (3:04)
Do you need a doctor’s consultation for taking supplements? in Assamese (3:56)

Subscribe Now & Live a Healthy Life!

স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।

Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.

For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]

Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!

show more

Share/Embed