CM মহোদয়ৰ টোগলকী কাণ্ড; OMR শ্বীটত নাম-ফটো; কেনে ভয়ংকৰ কথা বা কাণ্ড?
NorthEast Now NorthEast Now
344K subscribers
4,520 views
133

 Published On Premiered 5 hours ago

📌CM মহোদয়ৰ টোগলকী কাণ্ড; নিযুক্তি পৰীক্ষাৰ OMR শ্বীটত নাম-ফটো; কেনে ভয়ংকৰ কথা বা কাণ্ড?
📌প্ৰাৰ্থীজনৰ ব্যক্তিগত তথ্য, প্রার্থীজন কোন জাতি-সম্প্ৰদায়ৰ, উজনি নে নামনিৰ সেয়া কেনেকৈ সকলো গম পাব বহী নিৰীক্ষকে?
📌CM মহোদয়; ইমান কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিলে অথচ ইমান ডাঙৰ ভুল কেনেকৈ কৰিলে?___________________________________
Like, share and subscribe our channel.

Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now

show more

Share/Embed