'অভিমত’ত বিজেপি নেতাৰ ভ্রষ্টাচাৰৰ আন এক দস্তাবেজ..মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
Pratidin Time Pratidin Time
2.19M subscribers
9,442 views
267

 Published On Sep 24, 2024

স্বয়ং ৰাজ্য প্রশাসনৰ হৃদপিণ্ডতে দুৰ্নীতিৰ মুকলি বজাৰ
জনতা ভৱনত দুৰ্নীতিৰ বজাৰ বহুৱাইছে বিজেপি নেতাই
ক্রাইম ব্রান্সৰ জালত পৰিল বিজেপিৰ SC মৰ্চাৰ সাধাৰণ সম্পাদক
ইয়াৰ পূৰ্বেও কেইবাজনো বিজেপি নেতাই উদঙাইছিল ভ্রষ্টাচাৰৰ ছবি
দুৰ্নীতি-ভ্রষ্টাচাৰৰ বাবেই আত্মহত্যাও কৰিছে বিজেপিৰ কেইবাজনো নেতা-কৰ্মীয়ে
দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি এতিয়া কেৱল শ্ল’গানহে নেকি?
আজি ‘অভিমত’ত বিজেপি নেতাৰ ভ্রষ্টাচাৰৰ আন এক দস্তাবেজ
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’


#PratidinTime #BJP #AssamNews #Abhimat

show more

Share/Embed