বৰগীত//হৰিনামৰ ৰস//Assamese Bhakti Geet//Borgeet
Assamese Melody..... Assamese Melody.....
14.5K subscribers
92,000 views
851

 Published On Oct 20, 2023

বৰগীত//ভক্তি ৰস//হৰিনামৰ ৰস//Assamesr Bhakti Geet/Borgeet

গুৰু দুজনাৰ অনন্য সৃষ্টি বৰগীতৰ সুৰ অতি মধুৰ। এই বৰগীতৰে ৰস পান কৰি আমি মনুষ্য জাতি ঈশ্বৰত মত্ত হ'ব পাৰো। পৰম কৃপালু পৰমেশ্বৰৰ অমৃত বাণীক গুৰু দুজনাই অতি সুললিত আৰু সৰল ভক্তি ৰসেৰে সজাই তুলিছে। এই ৰসকে পান কৰি আমি আমাৰ মনুষ্য জীৱন ধন্য কৰো।

কেইটামান বৰগীতৰ সকলোৰে বাবে আগবঢ়লো। শুনি চাব। মন-প্ৰাণ ভৰি পৰিব।



#বৰগীত
#অসমীয়া ভক্তি ৰস
#হৰিনাম
#জুবিন
#অসমীয়া

show more

Share/Embed