Published On Oct 23, 2023
ডলি ঘোষৰ জনপ্ৰিয় গীত//অসমীয়া আধুনিক গীত//assamesemelody17
ডলি ঘোষ বাইদেউৰ কেইটামান জনপ্ৰিয় অসমীয়া গীতৰ সংগ্ৰহ। শুনি ভাল পাব নিশ্চয়।
নাহৰ ফুলা বতৰতে
গীতিকাৰ/সুৰকাৰ - হীৰেন গোঁহাই
দুহাততে দিছা....
গীতিকাৰ - নিৰ্মলপ্ৰভা বৰদলৈ
সুৰ - কুল বৰুৱা
সংগীত - অতুল মেধি
বিচাৰি পাওঁ তোমাক....
গীতিকাৰ - হীৰেন গোঁহাই
সংগীত - ভূপেন হাজৰিকা
ভাল লাগে মোৰ....
গীতিকাৰ/সুৰকাৰ - প্ৰশান্ত বৰদলৈ
বিহুৰ তলিখন....
গীতিকাৰ/সুৰকাৰ - হীৰেন গোঁহাই
বুকু বৰা এই মৰম....
গীতিকাৰ/সুৰকাৰ - দীপালী কাকতি
যাৰ জীৱনৰ সুঁতি....
গীতিকাৰ/সুৰকাৰ - হীৰেন গোঁহাই
জিলমিল ৰ'দালিতে....
গীতিকাৰ - মৃণাল কুমাৰ চৌধুৰী
কত আশা লৈ....
গীতিকাৰ - হীৰেন গোঁহাই
সুৰ - শঙ্কৰ দাস
show more