এই চৰকাৰৰ দিনত অসম আৰক্ষীত আমূল পৰিৱৰ্তন হ’ব, ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
News Live News Live
2.94M subscribers
213,740 views
3.7K

 Published On May 19, 2021

#NewsLive #HimantaBiswaSarma #AssamPolice #AssamNews

এই চৰকাৰৰ দিনত অসম আৰক্ষীত আমূল পৰিৱৰ্তন হ’ব, এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আজি অসম আৰক্ষী মুখ্য কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা
আৰক্ষীৰ নিযুক্তি আৰু বদলিকৰণত কোনো হকা-বাধা নচলিব।
আৰক্ষীৰ সংস্কাৰৰ বাবে বদ্ধপৰিকৰ নতুন চৰকাৰ, ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ

Like the official facebook page of News Live:   / newslivetvofficial  

Follow News Live on twitter:   / newsliveghy  

Connect to our instagram account:   / newsliveghy  

Visit our website for all news updates: http://newslivetv.com/

show more

Share/Embed