অসম বন্ধু ৰতন টাটাৰ মহাপ্ৰয়াণ, ৮৬ বছৰ বয়সত দেহাৱসান পদ্ম বিভূষণ ৰতন টাটাৰ
News Live News Live
2.94M subscribers
3,557 views
125

 Published On Oct 10, 2024

📌অসম বন্ধু ৰতন টাটাৰ মহাপ্ৰয়াণ। ৮৬ বছৰ বয়সত দেহাৱসান পদ্ম বিভূষণ ৰতন টাটাৰ। আধুনিক ৰাষ্ট্ৰ নিৰ্মাণৰ মহীৰূহ আছিল ৰতন টাটা। ৰতন টাটাই অসমক দিছিল অসীম মৰম। অসমত দিছিল ১৪ খনকৈ কেন্সাৰ কেয়াৰ চেণ্টাৰ। জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প ৰতন টাটাৰ দান। ২০২১ চনত অসম চৰকাৰে তেওঁক প্ৰদান কৰিছিল অসম বৈভৱ সন্মান।

Like the official facebook page of News Live:   / newslivetvofficial  

Follow News Live on twitter:   / newsliveghy  

Connect to our instagram account:   / newsliveghy  

Visit our website for all news updates: http://newslivetv.com/

show more

Share/Embed