ফুুটপাথত চাহৰ দোকান দি স্বাৱলম্বী হোৱা নমিতাৰ কাহিনী
UPARJAN UPARJAN
163K subscribers
187,511 views
5K

 Published On Mar 23, 2022

ফুুটপাথত চাহৰ দোকান দি স্বাৱলম্বী হোৱা নমিতাৰ কাহিনী

এয়া কাৰ্বিআলঙৰ নমিতা নাথৰ কাহিনী এয়া ৷ ইংৰাজীক সন্মানীয় বিষয় হিচাবে লৈ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাচত নগাঁৱৰ আমলাপট্ৰীত হোষ্টেলৰ সম্মুখতে আৰম্ভ কৰিলে এখন চাহৰ দোকান ৷
দেউতাক মাকৰ সপোন আছিল যে নমিতাই পঢ়ি শুনি চাকৰি কৰিব আৰু বিয়াত বহি কটাব এটি আৰামদায়ক জীৱন ৷ কিন্তু নমিতাৰ মনত উদয় হ’ল এগৰাকী ব্যৱসায়ী হোৱাৰ আশা ।সেয়ে নিজৰ মোবাইল বিক্ৰী ২০ হেজাৰ টকাৰে আৰম্ভ কৰিলে ব্যৱসায় ৷

তেওঁক এই ব্যৱসায়ী যাত্ৰাত মাক দেউতাকৰ দৰেই সহায় কৰিলে হোষ্টেলৰ মালিকে ৷

এতিয়া নমিতাই মাহেকত ৬০ হেজাৰৰো অধিক টকাৰ ব্যৱসায় কৰে ৷ এই সাহসী যুৱতীগৰাকীৰ মনৰ কথা জানো আহক :
uparjan.in

show more

Share/Embed