পকামিঠৈ | জন্মাষ্টমী বিশেষ | Assamese Traditional poka mithoi | Rice flour ladoo with jaggery
Taru Phukan Taru Phukan
308K subscribers
202,324 views
4.8K

 Published On Aug 22, 2019

#Taruphukan

নন্দিনী অসমীয়া মাহেকীয়া আলোচনীত প্ৰতিটো মাহত
তৰু চেতিয়া ফুকনৰ ৰেচিপি পঢ়ে ।উপকৃত হৈছো বুলি
ব্যক্তিগত ভাৱে বহুতে ফোন কৰে । মন ভৰি উঠে ।

থলুৱা বা অসমীয়া খাদ্য সম্ভাৰৰ লেখিকা হিচাপে মই পৰিচিত ।ভাৱিলো যদি Practically কৰি দেখুৱাও
তেন্তে সকলোৱে বুজাত সহায় হয় ।সেয়েহে YOUTUBE CHANNELটো খুলিলো ।

#মই ভবামতে সঁহাৰি /মৰম সকলোৱে পাইছো মোৰ মৰমৰ FB FRIENDS পৰা……ধন্যবাদ ও মৰম সদায় আছে । fbত আকোঁৱালি লোৱা দৰে ইয়াতো লোৱা বাবে
…………আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি ।

#অসমৰ ৰাইজ তথা YOUTUBE lovers লৈ মোৰ বহুত বহুত ধন্যবাদ তেওঁলোকে মোক পূৰ্ণ সহযোগ আগবঢ়োৱা বাবে …আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি ।

#কথা দিলো কেতিয়াও নিৰাশ নকৰো ।কোনো কাট্ কুট নকৰাকৈ আপোনালোকৰ মাজত বিলাই যাম নিজে জনাখিনি আৰু বুটলিম আপোনালোকৰ মৰম চেনেহ /এয়াই মোৰ আৰ্শীবাদ স্বৰূপ ।

মানৱ জীৱন খন্তেকীয়া ।ভাৰতীয় উপনিষদত আছে যি জানা শিকাই যোৱা নিস্বাৰ্থ ভাৱে ।

show more

Share/Embed