ৰাম আৰু ৰহিমে। Ram aru Rahime । Mahendra Hazarika
Assamese Lyrical Assamese Lyrical
4.61K subscribers
46,924 views
439

 Published On Jun 17, 2021

অতিকৈ জনপ্ৰিয় মহেন্দ্ৰ ককাইদেউৰ কন্ঠৰ ৰাম আৰু ৰহিমে' গীতটিত ৰাম আৰু ৰহিম দুয়োজনেই চেনেহৰ বিহুটিত একেখন বিহুৱান লোৱা কথাষাৰৰ তাৎপৰ্য বুজি আমি সকলোৱে মিলাপ্ৰিতিৰে একেলগে সমন্বয়ৰ সাঁকো গঢ়ি জন্ম ভূমিৰ ভেটি মজবুত কৰাৰ মানসিকতাৰে ককাইদেউৰ এই জনপ্ৰিয় গীতটি মোৰ এই মাধ্যমেৰে পুনৰ প্ৰচাৰ কৰিলোঁ।
আশাকৰোঁ সমুহ শ্ৰোতাই অথচ জনতাই মোৰ এই মন্তব্যৰ সহযোগী হৈ, ককাইদেউৰ গীতৰ ভাষাৰ অনুপ্ৰেৰণা লৈ
সোণৰ অসমক ন কৈ গঢ় দিয়াৰ প্ৰয়াস কৰে যেন।

ধন্যবাদেৰে,
জয় আই অসম।।
বন্দেমাতৰম।।

show more

Share/Embed