কোছিং নোলোৱাকৈ ইউটিউব আৰু কিতাপৰ সহায়ত APSCত সফলতা | ACS Nayanmoni Dutta , How He Cracked APSC
Jitumoni Neog Jitumoni Neog
13.4K subscribers
115,206 views
4.6K

 Published On Aug 27, 2021

কোছিং নোলোৱাকৈ ইউটিউব আৰু কিতাপৰ সহায়ত APSCত সফলতা | ACS Nayanmoni Dutta , How He Cracked APSC

পিতৃহাৰা এজন যুৱক ৷ যি সমস্যাৰ লগত যুঁজ দি সদ্যঘোষিত APSC পৰীক্ষাৰ ফলাফলত উজলি উঠিল ৷ এটি চাপৰি অঞ্চলৰ বিদ্যলয়ত টেট শিক্ষক ৰূপে শিক্ষকতা কৰি থকা নয়নমণি দত্ত নামৰ এই যুৱক জনে কোনো কোছিং নোলোৱাকৈ ইউটিউব আৰু কিতাপৰ সহায়ত APSCত ৫৩ সংখ্যক স্হান লাভ কৰিছে ৷

show more

Share/Embed