"মই মুখ দেখুৱাব নোৱাৰিম মুখ্যমন্ত্ৰীৰ ওচৰত
NE TALKS NE TALKS
65.8K subscribers
27,366 views
254

 Published On Sep 26, 2024

"মই মুখ দেখুৱাব নোৱাৰিম মুখ্যমন্ত্ৰীৰ ওচৰত।মোৰ সন্মান সকলো শেষ হৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত।অনুগ্ৰহ কৰি সখী বাইদেউসকলক কৈ এই ৩দিন কষ্ট কৰক"।মৰিয়নি সমষ্টিত বিজেপি সদস্য ভৰ্তি অভিযানত ফেইল বিধায়ক ৰূপজ্যোতি কুৰ্মী।কাৰ্যকৰ্তাৰ হাতে-ভৰিয়ে ধৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।দলৰ হোৱাটছএপ গ্ৰুপত দিয়া বিধায়ক ৰূপজ্যোতিৰ মেছেজ ভাইৰেল

show more

Share/Embed