12 May international nurse's day celebration
Manashi Sarma Manashi Sarma
102 subscribers
147 views
16

 Published On May 17, 2024

আমাৰ gnm training school ত international nurse's day celebration কৰা হয়। এই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল পদ্মশ্ৰী সন্মান প্ৰাপ্ত দ্ৰোণ ভূঞা দেৱ। তেওঁক‌ ওচৰৰ পৰা লগ পায় বহুত ভাল লাগিলে। সুকলমে অনুষ্ঠানটি পাৰ হৈ গ'ল।আমি সকলোৱে বহুত আনন্দ কৰিলো।

এই বাৰ nurses day ৰ theme -Our nurses Our future the economic power of care.

#gnm #nursing #gnmts #nursesday #celebration #mangaldoi #darrang #assam #assamese #trending #like #comment #subscribe

show more

Share/Embed