মাক-দেউতাকৰ পিছত যতীনৰ খুব ঘনিষ্ঠ এজন নোহোৱা হ'ল, আবেগিক নৱনীতা শৰ্মা
NKTV PLUS NKTV PLUS
621K subscribers
236,015 views
5.6K

 Published On Jul 2, 2022

▶️কিশোৰৰ খবৰটো পাই স্তব্ধ হৈ গৈছিলোঁ। যতীন বৰাই খুব মৰম কৰিছিল তাক। মাক-দেউতাকৰ পিছত যতীনৰ খুব ঘনিষ্ঠ এজন নোহোৱা হ'ল। কিশোৰৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ অভিনেত্ৰী নৱনীতা শৰ্মাৰ।

show more

Share/Embed