আৰে চৈ কোন থানে আছা (Aare Choi Kun Thane Asa) | অসমীয়া চিয়াগীত ২০১৮ |
Darrangi Kola-Kristi Darrangi Kola-Kristi
198 subscribers
19,296 views
185

 Published On Dec 10, 2018

ঐতিহাসিক দৰঙী কলা-কৃষ্টিৰ অন্যতম ধ্বজাবাহক "চিয়াগীত" সমূহে অতীজৰপৰা এক অনন্য স্থান অধিকাৰ কৰি আহিছে যদিও সময়ৰ খৰস্ৰোতত ম্লান হ'ব ধৰা বা হেৰাই যোৱাৰ উপক্ৰম হোৱা এই গীতসমূহ পুনৰবাৰ ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে নতুন পুৰুষৰ মাজত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যৰে এই প্ৰচেষ্টা।

কন্ঠ শিল্পী —

টংকেশ্বৰ নাথ
গজেন নাথ
পিংকুমনি চৌধুৰী
ধৰিত্ৰী ভূঞা |

show more

Share/Embed