পইচাই জীৱন নহয়, জীৱনটো বহু মূল্যবান
NKTV PLUS NKTV PLUS
621K subscribers
195,632 views
1.9K

 Published On Jul 28, 2022

▶️পইচাই জীৱন নহয়, জীৱনটো বহু মূল্যবান। তোৰ ভনীয়েৰ হয় মই, তহঁতৰ দ্বায়িত্ব পালন কৰিব নোৱাৰিলোঁ হেঁতেন নেকি? ত‌হঁতি দুটা য'তেই আছ, মাথোঁ ভালকৈ জীয়াই থাক। পত্নীসহ অনলাইন শ্বপিং এপ MYNTRAৰ গোলাঘাটৰ স্বত্বাধিকাৰী মানস দাস সন্ধানহীন। উপায়হীন হৈ অসহায় ভগ্নীৰ কাতৰ আহ্বান।

show more

Share/Embed