জনপ্রিয় কণ্ঠশিল্পী ভাস্কৰ অপ্ছুৱেল সৈতে হিমাক্ষী বৰুৱাৰ ‘সুৰীয় সময়’
Pratidin Time Pratidin Time
2.2M subscribers
49,805 views
2.6K

 Published On Mar 7, 2023

প্রতিজন শ্রোতাৰ প্রথম পছন্দৰ এটি কণ্ঠ
ভাৰ্চুৱেল পৃথিৱীৰ এটি চিনাকি নাম, চিনাকি তেওঁৰ কণ্ঠ
গীতেৰে অনুৰাগীৰ মনত অনুৰণন তোলে তেওঁ
সুকীয়া শৈলী আৰু নতুনত্বৰ পৰশ তেওঁৰ গীতত
‘শেৱালি’, ‘যৌৱনা’ৰে সকলোৰে হৃদয় জিনিছে তেওঁ
‘আধৰুৱা শব্দ’, ‘তাই নদীৰ দৰে’, ‘ক্লান্ত সময়’ আৰু কত যে কি?
জনপ্রিয় কণ্ঠশিল্পী ভাস্কৰ অপ্ছুৱেল আমাৰ অতিথি
প্রতিটো গীততে থকা তাইজনীৰ বিষয়ে জনাব ভাস্কৰে
প্রথমবাৰৰ বাবে টেলিভিছনত নৱগঠিত ভাস্কৰ অপ্ছুৱেলৰ বেণ্ড
হিমাক্ষী বৰুৱাৰ সৈতে ‘সুৰীয় সময়’






#pratidintime #assam #entertainment

show more

Share/Embed