প্ৰতিবাদ স্থলীত উপস্থিত বিধায়ক অখিল গগৈ
Assam Blogs Assam Blogs
21.1K subscribers
88 views
0

 Published On Aug 26, 2024

ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতি, ধিং বজাৰ ব্যৱসায় সমিতি আৰু ধিংবাসী ৰাইজৰ সহযোগত ১২ ঘণ্টীয়া অনশন । প্ৰতিবাদ স্থলীত উপস্থিত বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈয়ে নিজা বভিয়াকৈ ছোৱালী জনীৰ সকলো পঢ়া শুনাৰ দায়িত্বও লয়।

show more

Share/Embed