হাঁহি থকা এজনৰ দৰকাৰ কাৰণ জীৱনে কন্দুৱাই /assamese motivational video
UNIQUE ASSAM UNIQUE ASSAM
7.92K subscribers
4,721 views
63

 Published On Jul 13, 2024

হাঁহি থকা এজনৰ দৰকাৰ কাৰণ জীৱনে কন্দুৱাই /assamese motivational video

Welcome to Unique Assam YouTube channel
#ইউনিক অসম ইউটিউব চেনেলৰ জৰিয়তে বৰ্তমান সমাজত চলি থকা বিভিন্ন #ঋণাত্মক ঘটনাৰ
কবলত পৰি মানসিক ভাৱে ভাঙি পৰা মনতোক শব্দৰ যাদুৰে #জীৱন যুঁজত কেনেকৈ শক্তিশালী
পদক্ষেপ লব লাগে সেই উদ্দেশ্য আগত ৰাখি মই নৱ কুমাৰ ডেকাই ভিডিঅ' মাধ্যমেৰে , বিভিন্ন
মাধ্যম আৰু বাস্তৱৰ অভিজ্ঞতাৰ পৰা শিকা কথাবোৰ আপোনালোকৰ মাজত বিতৰণ কৰাৰ এটা ক্ষুদ্ৰ
প্ৰয়াস কৰিছো বৰ্তমান সময়ত বেছিকৈ আমাৰ মাজত দেখা দিয়া Depression, Negative ভাবনা,
নিজৰ Comfort Zone এৰিব নিবিচৰা আদি সমস্যা সমুহৰ পৰা
যেন কিছু সকাহ দিব পাৰো তাৰেই আশা বুকুত বান্ধি আগবাঢ়ি আহিছো ।

#ভিডিঅ'বোৰ যদি ভাল পায় আদৰি লৈ
লাইক কৰিব , কমেন্ট কৰিব, Share কৰিব লগতে Channel #টো
#Subscribe কৰি Notification On কৰি থব
ভিডিঅ'বোৰ আগতীয়াকৈ পাবলৈ ##
ধন্যবাদেৰে
নৱ কুমাৰ ডেকা
Contact For-
Content Writing
Motivational Speech
Voice Over
[email protected]

#uniqueassam#official
my website link-https://uniqueassam.net/?p=131
Facebook page link-   / uniqueassamofficials  

show more

Share/Embed