হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা|সকলো পৰিয়ালে পাব মাহে ৮৩০ টকা | অৰুণোদয় আঁচনি | কেনেকৈ পাব জানি লওক
Sunil Teron A 2 Z Sunil Teron A 2 Z
15.7K subscribers
138,564 views
2.6K

 Published On Aug 13, 2020

হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা|সকলো পৰিয়ালে পাব মাহে ৮৩০ টকা | অৰুণোদয় আঁচনি | কেনেকৈ পাব জানি লওক

Welcome to my channel
Sunil Teron A 2 Z

বন্ধু সকল আপোনালোকে জানে বৰ্তমানৰ চৰকাৰে বিভিন্ন ধৰণৰ জনকল্যানমুলক আঁচনি ৰূপায়ন কৰি আহিছে। তাৰ ভিতৰত অৰুণোদয় আঁচনি ও অন্যতম, য'ত অসমৰ দুখীয়া পৰিয়ালে পাব মাহিলী ৮৩০ টকা আৰু এই আচঁনিৰ হিতাধিকাৰী হ'ব কেৱলমাত্ৰ মহিলা। এই আচঁনিৰ ধন DBT জৰিয়তে প্ৰত্যক্ষ ভাৱে একাউণ্টত সোমাব। এই আচঁনিৰ প্ৰাথমিক তালিকা গাওঁসভাত প্ৰস্তুত কৰা হ'ব। এই আচঁনিৰ টকা হিতাধিকাৰীয়ে চেনি,দাইল, ফলমূল কিনাত ব্যৱহাৰ কৰিব পাৰিব।


#ArunudoiScheme
#AssamGoverment
#HimantaBiswaSarma


For more Videos
Don't forget to subscribe my channel 🙏

show more

Share/Embed