দেশৰ প্রখ্যাত উদ্যোগপতি ৰতন টাটা আৰু নাই।
Pratidin Time Pratidin Time
2.2M subscribers
620 views
48

 Published On Oct 10, 2024

দেশৰ প্রখ্যাত উদ্যোগপতি ৰতন টাটা আৰু নাই। বুধবাৰে নিশা মুম্বাইৰ এক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে দেশৰ অগ্ৰণী উদ্যোগপতি তথা সমাজহিতৈষী গৰাকীয়ে। বিশ্বৰ ভিতৰতে অন্যতম উদ্যোগপতি গৰাকীৰ মৃত্যুত দেশজুৰি পৰিছে শোকৰ ছাঁ।

#Pratidintime #assamnews #ratantata

show more

Share/Embed