আছুৰ প্রতিবাদী সত্তা বনাম চৰকাৰৰ আঁচনি ৰূপায়ণৰ সহযোগী ! মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’....
Pratidin Time Pratidin Time
2.19M subscribers
2,703 views
60

 Published On Sep 27, 2024

বিপ্লৱ শৰ্মা কমিটীৰ প্রতিবেদনক লৈ ৰাজ্যত ধুমুহা
ছাত্র সন্থাৰ ভূমিকাক লৈ ক্ষুব্ধ একাংশ
গ্রহণ নকৰা প্রতিবেদনৰ ৰূপায়ণ
ছাত্র সন্থাৰ মতে প্রগতিশীল সিদ্ধান্ত, অহেতুক বিতৰ্ক
আছুৰ প্রতিবাদী সত্তা বনাম চৰকাৰৰ আঁচনি ৰূপায়ণৰ সহযোগী!
৪ বছৰ ছমাহ নিৰুদ্দিষ্ট প্রতিবেদনৰ হঠাৎ আত্মপ্রকাশ
প্রতিবেদন কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিলে নেকি?
বিজেপিৰ ৰাজনীতিত ছাত্র সন্থাৰ প্রৱেশ?
সোণোৱাল বা শৰ্মাই প্রতিবেদনখন কেন্দ্রীয় চৰকাৰক দিলেনে?
মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

#pratidintime #bisleshan #assam

show more

Share/Embed