জামুগুৰি আঞ্চলিক বিহু দল | Bihu Dance
Bhokoti Bhokoti
2.6K subscribers
8 views
0

 Published On Apr 29, 2024

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জামুগুৰি আঞ্চলিকৰ উদ্যোগত সৃষ্টি হোৱা বিহু হুঁচৰিৰ দলটিয়ে মাহজোৰা প্ৰশিক্ষণৰ অন্তত কন্যাকা বহুমুখী পামত চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাৰ সন্মুখত বিহু হুঁচৰি প্ৰদৰ্শন কৰি শুভাৰম্ভ কৰে। বিধায়ক মহোদয়ে বিহু দলটিক আশীষ প্ৰদান কৰি এই পদক্ষেপক আদৰণি জনাই।

প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা দুয়োটাৰ বাবে যোগাযোগ কৰিব পাৰিব।
আজিৰ অনুষ্ঠানৰ কিয়দংশ, ৰাইজে আদৰি লব বুলি আশা কৰিলো।

#কৃষ্ণ
#জয়_গুৰু_শঙ্কৰ
#শ্ৰীমন্ত_শঙ্কৰদেৱ_সঙ্ঘ #জামুগুৰি_আঞ্চলিক_শাখা #বিহু #বিহু_হুঁচৰি

show more

Share/Embed