খণ্ড ৩ || সেন্দুৰ কি || এগৰাকী নাৰীয়ে সেন্দুৰ কেনেকৈ লব লাগে || প্ৰকৃত মাতৃ কেনেকুৱা হব লাগে ||
ভক্তিৰ  সাগৰ Bhaktir sagor ভক্তিৰ সাগৰ Bhaktir sagor
97.3K subscribers
572,873 views
9.6K

 Published On May 27, 2023

সেন্দুৰ কি
এগৰাকী নাৰীয়ে সেন্দুৰ কেনেকৈ লব লাগে
প্ৰকৃত মাতৃ কেনেকুৱা হব লাগে

জয় গুৰু শংকৰ
ধেমাজি জিলাৰ ধেমাজি আঞ্চলিক শাখাৰ শিশু আই মাতৃ কল্যাণ সমিতিৰ উদ্যোগত আৰু শঙ্কৰ সূৰ্য প্ৰাথমিক শাখা আতিথ্য ত মাহেকীয়া ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান ভাগি অনুষ্ঠিত কৰা হয়। অনুষ্ঠান ভাগি আত ধৰে আঞ্চলিকৰ সম্পাদক, বিমান বৰা বাপ জন আৰু শিশু আই মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা চুমী চলিহা কোঁৱৰ আইগৰাকিয়ে। অনুষ্ঠান ভাগিত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে মন্দীৰা ভৰালী বৰা আই গৰাকী। তেখেতৰ তত্ত্ব গধুৰ বানিৰে সমস্ত জন ভক্তপ্ৰান বাপ আই ক মূদ্ধ কৰিলে।

©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike
অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব

show more

Share/Embed