সৰু কালৰ পৰা তেওঁৰ আছিল ড্ৰাম বজোৱাৰ সপোন। বিয়াৰ পিছত পূৰণ হ'ল এগৰাকী বোৱাৰীৰ সপোন
News Live News Live
2.92M subscribers
102,924 views
1.5K

 Published On Jun 26, 2021

ড্ৰাম বজাই ভাল পোৱা এগৰাকী ন-বোৱাৰী। সৰু কালৰ পৰা তেওঁৰ আছিল ড্ৰাম বজোৱাৰ সপোন। বিয়াৰ পিছত পূৰণ হ'ল বোৱাৰীগৰাকীৰ সপোন। দেৰগাঁৱৰ অনন্যা বৰা নামৰ বোৱাৰীগৰাকীৰ আঙুলিৰ ঠাৰত নাচিছে ড্ৰামষ্টিক।

Like the official facebook page of News Live:   / newslivetvofficial  

Follow News Live on twitter:   / newsliveghy  

Connect to our instagram account:   / newsliveghy  

Visit our website for all news updates: http://newslivetv.com/

show more

Share/Embed