নগাঁও জিলা পুথিভঁৰালত সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ,ৰকিবুল হুছেইনক জনোৱা হয় সম্বৰ্ধনা
Assam Blogs Assam Blogs
21.1K subscribers
2,821 views
37

 Published On Sep 11, 2024

নগাঁও জিলা পুথিভঁৰালত বুধবাৰে অনুষ্ঠিত হয় এক সম্বধনা অনুষ্ঠান । নগাঁও জিলা কংগ্ৰেছৰ তৰফৰ পৰা কংগ্ৰেছৰ নৱনিৰ্বাচিত তিনি সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনক জনোৱা হয় সম্বৰ্ধনা । সভাত উপস্থিত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হয় নৱনিৰ্বাচিত তিনি সাংসদ । সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য,হাৰিয়ানা নিৰ্বাচনৰ ফলাফলৰ পিছতেই ৰাজ্যত সলনি হ'ব ৰাজনীতি পৰিবেশ । বিজেপি -অগপৰ বহু নেতা বিধায়কৰ যোগদানে অসম গঠন কৰিব কংগ্ৰেছ মিত্ৰ যোটৰ চৰকাৰ ।

show more

Share/Embed