#আহিনৰনাম
Santi সংস্কৃতি Santi সংস্কৃতি
3.02K subscribers
1,129 views
173

 Published On Oct 12, 2020

নমস্কাৰ 🙏 আপোনালোক সকলোলৈকে আন এটি ভক্তিমূলক গীত আগবঢ়ায় দিছোঁ আশা কৰিছোঁ সকলোৱে আদৰি লব ,লগতে ৰৈ যোৱা ভূলবোৰ আঙুলিয়াই দি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব।
আমি পৰিৱেশন কৰা নাম ভাগ আমালৈ আগবঢ়াইছে নগাঁও জিলাৰ নৱজ্যোতি বৰা ককাইদেউ । এইচেগতে তেওঁলৈ অশেষ ধন্যবাদ জনাইছো।
আমি এই নাম ভাগ পৰিৱেশন কৰিছোঁ গোলাঘাট জিলাৰ গণকপুখুৰি অঞ্চলত। সেই অঞ্চলৰ যিসকল লোকে আমাক videotu বনোৱাত সহায় কৰিলে সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।

নাম ভাগ পৰিৱেশন কৰিছে ক্ৰমে:
শান্তিপ্ৰিয়া শইকীয়া
ধৰিত্ৰী বৰা
জুবলি বৰুৱা
প্ৰণমি হাজৰিকা
মায়াশ্ৰী বৰা
মুনমী দত্ত
গায়াত্ৰি দাস
বৰ্ষা ৰাণী বৰা
বাঁহীত সহযোগ কৰিছে: মানস বৰা
নেগেৰাত সহযোগ কৰিছে: কংকন জ্যোতি ফুকন
খোল বজোৱাত সহযোগ কৰিছে: মৃগাংক কলিতা
তাল বজোৱাত সহযোগ কৰিছে: নিৰজ চৌধুৰী


আমাৰ video টিত camera কৰিছে নৱ জ্যোতি বৰা। sound ত সহায় কৰিছে ৰুবুল হাজৰিকা আৰু মানস প্ৰতীম বৰা।

লগেতে বিশেষভাৱে ধন্যবাদ জনাইছো জুৰি দত্ত শইকীয়া আৰু বিলাতি দাস

সকলোৱে videotu like comment share আৰু লগতে আমাৰ channelটি subscribe কৰিদিব বুলি আশা ৰাখিলোঁ ধন্যবাদ 🙏😊।

show more

Share/Embed