লকডাউনৰ মাজতে অভিনেতা Rajib kro ৰ বেলেগ ৰূপ। সংগ দিছে পত্নীয়ে। সজাইছে সপোনৰ ঘৰ।
Dhanashri baishya Dhanashri baishya
543K subscribers
69,088 views
2.1K

 Published On Jun 7, 2020

লকডাউনৰ সময়ছোৱাত ভিন্ন ধৰণে ব্যস্ত হৈ পৰিছে সাধাৰণ জনতা। ঘৰতে মনে বিচৰা কামবোৰ কৰি যেন পৰম তৃপ্তি লাভ কৰিছে জনতাই। ইয়াৰ ব্যতিক্রম নহয় শিল্পীসকলো। অভিনেতা ৰাজীৱ ক্র’ই বাঁহ-বেতেৰে সাজি উলিয়াইছে বিভিন্ন সামগ্রী। অসমীয়া সভ্যতা-সংস্কৃতি প্রতিফলন ঘটোৱা চাংঘৰ, ভিন্ন ৰঙৰ বিচনী তৈয়াৰ কৰাত ব্যস্ত শিল্পীজন।
Actor Rajib kru busy with his creative work
#dhanashribaishya#Rajibkro#funny#

show more

Share/Embed