নগাঁৱৰ নাট্য মন্দিৰত নগাঁও ইণ্টাৰনেশ্যনেল স্কুলৰ পৱিত্ৰ শিক্ষক দিৱস উদযাপন।
Assam Blogs Assam Blogs
21.1K subscribers
71 views
2

 Published On Sep 6, 2024

নগাঁৱৰ নাট্য মন্দিৰত নগাঁও ইণ্টাৰনেশ্যনেল স্কুলৰ পৱিত্ৰ শিক্ষক দিৱস উদযাপন । পৱিত্ৰ শিক্ষক দিৱস,প্ৰখ্যাত শিক্ষাবিদ তথা দেশৰ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰা ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ পৱিত্ৰ জন্মদিনত এই দিৱসটি পালন কৰি অহা হৈছে,দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰত নগাঁও ইণ্টাৰনেশ্যনেল স্কুলৰ দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পৱিত্ৰ শিক্ষক দিৱস উদযাপন কৰে ৷ উক্ত অনুষ্ঠানত নগাঁও ইণ্টাৰনেশ্যনেল স্কুলৰ শিক্ষা গুৰু সকলৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাবক সকল উপস্থিত থাকে ।
#assamblogs #nagaoninternationalschool #internationalschool

show more

Share/Embed