লেহেতি খাৰ | চুগাৰ হাইপ্ৰেচাৰৰ পথ্য থলুৱা অসমীয়া কাঁহী | Healthy Assamese Thali - Sugar High BP
Rupanjali Ronganoi Rupanjali Ronganoi
185K subscribers
84,084 views
2.7K

 Published On Aug 16, 2020

In this video I have shown you how to prepare water spinach (leheti) and local small fishes with soda.
It’s an ideal and unique dish for high BP and sugar patients too.
Name of the dishes are viz:
1.Rice & tawa roti,
2.Water spinach, broken rice and small fishes,
3.Rahar dal and jackfruit seeds,
4.Taro leaves with garcinia,
5.Potatoes and better gourd,
6.Boiled better leaves (nefafu),
7.Boiled pumpkin leaves,
8.Mixed bor bhaji,
9.Cucumber, Lemon.

The ingredients are mustard oil, salt, turmeric, red chillies powder, red and green chillies, ginger, garlic, black peepers, Jeera seeds (black and white), methi seeds, Burmese coriander, bason, maida, rice powder, pumpkin flower, Nayantara flower, Jasmine flower leaves, jackfruit leaves,soda .
Onion free Assamese dish.
পিঁয়াজবিহীন অসমীয়া থালি ৷

বহুমুত্ৰ (ডায়েবেটিচ) আৰু উচ্চ ৰক্তচাপত ভোগা ব্যক্তিয়ে খাব পৰা থলুৱা অসমীয়া কাঁহীখনত বাৰীৰে কেবাবিধো শাক পাছলি ৰান্ধিলোঁ ৷ লগতে ৰান্ধিলোঁ সৰু পুঠি মাছ,ব্লেক ৰাইচ আৰু বিৰৈ চাউলৰ খুদেৰে সৈতে লেহেতিৰ খাৰ ৷
ভাত (সিদ্ধ চাউল) ,শুকান ৰুটি (আটা),লেহেতি, সৰু পুঠিমাছ আৰু খুদ চাউলৰ খাৰ, ৰহৰ দাইল আৰু কঁঠাল গুটি, ক’লা দহি কচু আৰু শুকান থেকেৰা, সৰু আলুৰে তিতা কেৰেলা ভাজি, সিজোৱা নেফাফু শাক আৰু ৰঙালাউ আগ, সানমিহলি বৰ ভাজি , তিয়ঁহ আৰু নেমু ৷

উপকৰনসমূহ: মিঠা তেল, নিমখ, হালধি, শুকান আৰু কেঁচা জলকীয়া, জলকীয়া গুড়ি, নহৰু, আদা, জালুক, বগা ,ক’লা জিৰা, মেথি, মান ধনিয়া, বেচন, ময়দা, পিঠা গুড়ি, ৰঙালাউ ফুল, নয়নতৰা ফুল, কঁঠাল পাত, শেৱালি ফুলৰ পাত, চ’ডা খাৰ ৷

Facebook   / rupanjalironganoi  
Store https://www.amazon.in/shop/rupanjalir...

লেহেতি শাক ছিঙা ভিডিঅ’ৰ লিংকঃ
   • পৰঙী জাল বাই মাছ ধৰিলোঁ | লেহেতী আৰু ...  

আলুবিহীন অসমীয়া কাঁহী-   • আলুবিহীন অসমীয়া কাঁহী | Potato Free &...  

Thank you for watching my video and hit the like button.
Please subscribe my You Tube Channel and share my video with your family friends.

show more

Share/Embed