JOUBONA - Bhaskar Opswel/ New Stat_Performance Song/2024//at_Kukur_Kata) holi mondir
ৰাভা VLOGS ২.০ ৰাভা VLOGS ২.০
4.09K subscribers
319 views
6

 Published On Mar 28, 2024

JOUBONA - Bhaskar Opswel & Nibir X


Composition and Music : Bhaskar Opswel
Additional programming : Nibir X
Lyrics : Bijit Pratim Deka
Acoustic Guitar : Tiku Boro
Bass : Bhagyajyoti Dutta
Violin : Manjil Kumar Gogoi
Mix and Mastering : Nibir X


#bhaskaropswel #joubona

যৌৱন অধৰত
তোমাৰ পৰশত
জীপাল কৰি হিয়া

আৱেগৰ পথাৰত
হেঙুলী আভাসত
উতনুৱা মন দলিচা

তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল'বলৈ

তুমি জানো আহিবা মোৰ আউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ...!!!



অনুভৱী হৃদয়তে
লাগি ৰোৱা আৱেগতে
ভাবি ভাবি আঁকিলো মাদকতা ভৰা ছবিখনি,,,
পলকতে বাট ধৰা
হাঁহিলে মুকুতা সঁৰা
ক্ষণে ক্ষণে শিহৰিত আজি মোৰ কবিতাটি,,,
পূজিছো তোমাকেই মোৰ চেনেহী
মৰমৰ চিঞাহী মোৰ প্ৰনামী...।।।

যৌৱন অধৰত
তোমাৰ পৰশত
জীপাল কৰি হিয়া
আৱেগৰ পথাৰত
হেঙুলী আভাসত
উতনুৱা মন দলিচা


খোজে খোজে বিচাৰো আল্পনা তোমাৰ
শাৰদী জোনাকী নিশা,,,
আলফুলে দুহাতে লাজুকী চাৱনিৰে বুলাবা মায়াবী তৃষা...

তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল'বলৈ

তুমি জানো আহিবা মোৰ আউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ...!!!

যৌৱন অধৰত
তোমাৰ পৰশত
জীপাল কৰি হিয়া
আৱেগৰ পথাৰত
হেঙুলী আভাসত
উতনুৱা মন দলিচা

show more

Share/Embed