AAI - An Assamese song 2022 | JUTIMALA BURAGOHAIN | SHOMU SEAL
Jutimala & JTF Jutimala & JTF
31.4K subscribers
5,018 views
512

 Published On May 7, 2022

'AAI'
To all the mothers out there whom we say to be The God on Earth



Audio team

Lyrics, composition, Vocal, Music production - Jutimala Buragohain

Acoustic Guitar & Bass - Shomu Seal

Sitar - Subhankar Hazarika

Flute - Pradip Deka

Keys - Priyam Gogoi

Gogona - Jutimala Buragohain

Backing vocals- Himangshu Jaan Sarma

Vocal recorded at Studio Sonic waves by Priyam Gogoi

Shomu Seal's online Guitar recorded by Jutimala

Audio Mix- mastering - Koustav Saikia


Video team

GFX & Digital painting - Rituparna Bora

Motion Graphics - Uddipta kumar Bhattacharyya

English subtitles - Shantanu Gogoi


Lyrics -

আই অ' আই
সৰগ যেন লগা
তোৰে কোলাতে
জিৰাব দে অ' আই
পূৰ্ণিমাৰে ৰাতি
জোনাকৰে সাধু
মনত আছে মোৰ আই
চিকিমিকি জোনাকীৰ
পোহৰে আজিও
মোকে জান' কন্দোৱাই

সৰুতে আই মোক
সজাইছিলি তই
কইনাৰ সাজেৰে কোলাত
মৰমেৰে লৈ
নাকান্দিবি আই ডাঙৰ হৈ
তোকে মই সজাম
আটোমটোকাৰীকৈ
চকুৰে পানীবোৰ
মুকুতা হৈ সৰিব
নিদিবি আই
ভাঁবো এনেবোৰ কথা
দেখি তোৰে আই বেথা


মনত পৰে মোৰ গধূলি পৰতে
বহি তোৰে সতে গোৱা
গোঁসাইৰে থাপনাত
চাকি ধূপ জ্বলোৱা
তোকে দেখি আই
মইও দুহাত জোৰা
পুৱাতে ওলোৱা
দেউতাৰে হাতে ধৰি
পদূলিৰ পৰা তই
জুমি চোৱা
মনত আছে মোৰ আই...
চিকিমিকি জোনাকীৰ
পোহৰে আজিও
মোকে জান' কন্দুৱাই...
আই ... অ' আই..
অ' মোৰ আই... অ' আই


তোৰ আশা ভৰা নয়নৰ ভাষা
কোনেও নুবুজিলে আই
সেই বেদনাকে মোঁহাৰি যেন তোক
শিৰতে থাপিমে আই
সেই দুনয়নৰে সাহে মোৰ
হেঁপাহতে প্ৰাণ ঢালি যায় ।।




Our social handles -

Instagram -
https://www.instagram.com/p/CJ9PIW2AY...

Facebook -
  / jutimalaburagohain  

Email-
[email protected]



Do share with your loved once
Consider subscribing this channel if you haven't yet ☆
Thank you for watching ♡

show more

Share/Embed