গাৰু কভাৰ কেনেকৈ চিলাই কৰে। Pillow cover stitching..
Rimpi's Handwork Rimpi's Handwork
2.91K subscribers
36,770 views
672

 Published On Apr 10, 2021

নমস্কাৰ বন্ধু সকল মই ৰিম্পী আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube channelলৈ। আজি মই আপোনালোকৰ আগত এটা গাৰু কভাৰ কেনেকৈ চিলাই বা pillow cover stitching videoএটা আগবঢ়ায় দিছো, আশা কৰোঁ আপোনালোকে মোৰ এই videoটো সম্পূৰ্ণ কৈ চাব । যদিহে আপোনালোকৰ মোৰ এই videoটো চাই ভাল লাগে তেন্তে please like comments share and subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।
Thank you....

show more

Share/Embed