#BigBreaking
TIME8 News TIME8 News
1.96M subscribers
56,730 views
508

 Published On Sep 7, 2024

#BigBreaking ১ অক্টোবৰৰ পৰা আধাৰৰ বাবে ৰাজ্যত আহিব নতুন নিয়ম। NRCত আবেদন নকৰিলে এতিয়াৰে পৰা অসমত নাপাব আধাৰ কাৰ্ড। বিদেশীয়ে যাতে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে আনিলে এই কঠোৰ নিয়ম। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

show more

Share/Embed