Latest Assamese Song -E-Rickshaw টম টম gagan gaurang official
KAN3 Music KAN3 Music
1.62K subscribers
563 views
63

 Published On Sep 26, 2022

E-Rickshaw টম টম

gagan gaurang official song //

new Assamese song //

KAN3 Music studio //

AVI

abhi

Singer - gagan gaurang (avi)
music - kan3 music studio
tune - avi
lyric - avi
video - kan3 music studio
video fx - avi

🙏🏻 thanks for watching 😍


চলাওঁ E-Rickshaw টম টম
মোৰ বুকুত বাজে ধম ধম
তোৰ দিলে মৰম লম লম
তই হবিনে মোৰ সুনকন

music...

চলাওঁ E-Rickshaw টম টম
মোৰ বুকুত বাজে ধম ধম
তোৰ দিলে মৰম লম লম
তই হবিনে মোৰ সুনকন

তোৰ গালৰ কলা তিল
দুটি ওঁঠত হাঁহি লৈ
বলীয়া কৰিছ মোক তই নজনা কৈ
music...

তোৰ মনে যদি মিলে দুয়োৰ হব পাভ জোৰা
ৰঙীন ৰঙীন মৰম বোৰে কৰে অগা-দেৱা
সপোনতে আহি মনে মনে
আমনি কৰহি বাৰে বাৰে
সপোনতে আহি বাৰে বাৰে
আমনি কৰহি মনে মনে

চলাওঁ E-Rickshaw টম টম
মোৰ বুকুত বাজে ধম ধম
তোৰ দিলে মৰম লম লম
তই হবিনে মোৰ সুনকন
music...

তোৰ মেঘালী মেঘালী চুলিটাৰি ৰদতে জিলিকে
কোমল কোমল দুখনি গাল লাজত বিৰিঙে
music...

তোৰ মেঘালী মেঘালী চুলিটাৰি ৰদতে জিলিকে
কোমল কোমল দুখনি গাল লাজত বিৰিঙে

আহচোন আহ কাষে চাপি
নাচ চোন নাচ কঁকাল ভাঙি
দুয়ো মিলি গাওঁ একেলগে

চলাওঁ E-Rickshaw টম টম
মোৰ বুকুত বাজে ধম ধম
তোৰ দিলে মৰম লম লম
তই হবিনে মোৰ সুনকন

*****************************************
I'm on Instagram as @avi_gagan_gaurang. Install the app to follow my photos and videos. https://www.instagram.com/invites/contact/...

https://www.instagram.com/avi_gagan_gaurang/

https://m.facebook.com/profile.php?eav=AfY...


https://m.facebook.com/profile.php?eav=AfY...


#tam_tam

#abhijit

#bum_bum_tam_tam_remix

#tum_tum

#new_assamese_song_2022

Mc fioti bum bum tam tam,

new assamese song 2022,

Tum tum enemy video song,

electric rickshaw,

tum tum song,

(mc fioti - bum bum tam tam)

(tum tum enemy song)

(Mc fioti bum bum tam tam remix)

show more

Share/Embed