জুবিন গাৰ্গ নহয়,আজি ষ্টুডিঅ’ত জুবিনৰ ৪ সতীৰ্থ
Pratidin Time Pratidin Time
2.2M subscribers
31,412 views
1K

 Published On Mar 6, 2024

জুবিন গাৰ্গ নহয়,আজি ষ্টুডিঅ’ত জুবিনৰ ৪ সতীৰ্থ
জুবিন গাৰ্গৰ স'তে মুম্বাইত কেনেদৰে সংগ্ৰাম কৰিছিল পাৰ্থ গোস্বামীয়ে ?
পাৰ্থ গোস্বামীৰ মটৰচাইকেল ক’ত হেৰুৱালে জুবিন গাৰ্গে ?
জুবিনক লৈ কি ক’লে ৰাজা বৰুৱাই ?
জুবিন গাৰ্গৰ মংগলৰ বাবে কি কৰে ৰাজা বৰুৱাই
North East Breeze এৰি কেনেকৈ জুবিনৰ কাষ পালেগৈ প্ৰিয়াংকু বৰদলৈ ?
জুবিন গাৰ্গে কেনেকৈ সলনি কৰি পেলালে অঞ্জন মেধিৰ জীৱন ?
কিয় অঞ্জনক ২ বছৰ অপেক্ষা কৰিবলৈ কৈছিল জুবিনে ?
খেয়ালি মনৰ জুবিন গাৰ্গক শান্ত কৰি ৰাখিব পাৰে কোনে ?
আজি ষ্টুডিঅ’ত ৰাজা বৰুৱা,পাৰ্থ গোস্বামী
লগতে আছে প্ৰিয়াংকু বৰদলৈ,অঞ্জন মেধি
তেওঁলোকে ক'ব জীৱনৰ কথা - জুবিনৰ কথা
ৰাজদ্বীপৰ সৈতে বিশেষ অনুষ্ঠান

show more

Share/Embed