#ArtificialIntelligence
Nimble-Nexus Nimble-Nexus
22 subscribers
126 views
7

 Published On Jun 13, 2024

"Artificial Intelligence An Introduction" 


আজি মই প্ৰথমটো ভিডিঅ' মোৰ চেনেল "নিম্বোল-নেক্সাছ"ত আপলোড কৰিছো। আশা ৰাখিছো, সকলোৰে এই কণমানি ভিডিঅ'টো চাবলৈ মন যাব। আশা ৰাখিছো, আপোনালোকে ইমান দিনৰ পৰা জানিব বিচৰা বিষয়টো এই ভিডিঅ'ত বিচাৰি পাব। ইয়াত মই ব্যাখ্যা কৰাৰ চেষ্টা কৰিছো যে কৃত্ৰিম বুদ্ধিমত্তা (AI) আচলতে কি আৰু কেনেদৰে ই আমাক সহায় কৰিব পাৰে। ইয়াৰ উত্তৰ জানিবলৈ মোৰ ক্ষুদ্ৰ ভিডিঅ'টো চাওক। অলপ হলেও বুজিব পাৰিব। 


পিছত লাহে লাহে এপদ এপদকৈ মই AI ৰ ৰহস্য উলিয়াই যাম। আশা কৰিছো, ভিডিঅ'টো আপোনালোকে ভাল পাব। আপোনালোকৰ সমৰ্থন থাকিলে মোৰ কষ্ট সাৰ্থক বুলি ভাবিম। আপোনালোকৰ বহুমূলীয়া মতামতৰ অপেক্ষাত…..


বিজিত কুমাৰ বৰদলৈ


*চেনেলৰ লিংক*    / @nimble-nexus   

ভিডিঅ' লিংক
   • Playlist  

#ytvideo #aitrainingfree #aiforstudents #aihelp #askai #aiforassamesestudents #factsofai #knowai #howtouseai #aiinassamese

show more

Share/Embed