এনেকৈ ঘৰত লক্ষ্মী পূজা কৰিব পাৰি । ব্ৰত পূজা পদ্ধতি ভোগ কি পাঠ কৰিব আদি । Lakshmi। Vlog । Assamese
Priynka's healthy lifestyle Priynka's healthy lifestyle
12K subscribers
33,987 views
1.1K

 Published On Oct 15, 2024

এনেকৈ ঘৰত লক্ষ্মী পূজা কৰিব পাৰি । ব্ৰত পূজা পদ্ধতি ভোগ কি পাঠ কৰিব আদি । Lakshmi। Vlog । Assamese

🌸লক্ষ্মী পূজাৰ তিথি ২৯ আহিন ১৬ অক্টোবৰ বুধবাৰে নিশা ৭ বাজি ৪১ মিনিট যোৱাৰ পিছতেই পুৰ্ণিমা তিথি লাগিব আৰু ৩০ আহিন ১৭ অক্টোবৰ বৃহস্পতি বাৰে সন্ধিয়া ৫ বাজি ১৭ মিনিটলৈ পুৰ্ণিমা তিথি থাকিব।🌸

#Lakshmipuja #লক্ষ্মীপূজা #spiritual #assamese

show more

Share/Embed