এজন যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস , M-Seal ৰে পেঁপা নির্মাণ কৰি উপার্জন কৰিলে ৫২ হাজাৰ টকা || KUHIPAAT
HUHURI HUHURI
2.1K subscribers
40,053 views
1.1K

 Published On Apr 27, 2023

অসমীয়া কৃষ্টি-সংস্কৃতিৰ মুকুতাস্বৰূপ ৰঙালী বিহুৰ অন্য এক অবিচ্ছেদ্য অংগ হৈছে পেঁপা। ঢোল পেঁপা গগনা আদি থলুৱা বাদ্যঃসমূহৰ লগত জড়িত হৈ আছে প্ৰতিজন স্বাভিমানি অসমীয়াৰ আৱেগ আৰু পেঁপা বুলি ক'লেই হয়টো আপোনাৰ-মোৰ মনলৈ ভাঁহি আহে এটা আটক ধুনীয়া মহৰ শিঙৰ পেঁপা , কিন্তু আপোনাৰ-মোতকৈ কিছু পৃথক দুলীয়াজান ভাদৈ পাঁচআলিৰ যুৱক হিতেশ গগৈ ।সচৰাচৰ আমি দেখি অহা মহৰ শিঙৰ পেঁপাৰ বিপৰীতে তেওঁ M-sealৰে প্ৰস্তুত কৰিছে একো একোটা সুন্দৰ পেঁপা আৰু ইতিমধ্যেই তেওঁ বনোৱা এই পেঁপাসমূহ অসমৰ বিভিন্ন ঠাইৰ বিহুৱাসকলে আদৰি লৈছে । এটা মাহত তেওঁ M-sealৰে প্ৰস্তুত কৰা এই পেঁপাসমূহ বিক্ৰী কৰি উপাৰ্জন কৰিছে প্ৰায় ৫২ হাজাৰ টকা ।

HITESH GOGOI
Contact : 6000756424

KUHIPAAT (ASHIM BORAH)
Contact : 8011160255

Follow us on Facebook :
https://www.facebook.com/profile.php?...

Follow us on Instagram :
https://instagram.com/_kuhipaat?igshi...

show more

Share/Embed