পত্নীক বিচাৰি ৰাজপথত কান্দি উঠিল এজন অভিনেতা
ETV Bharat Assam ETV Bharat Assam
30.9K subscribers
592,311 views
4.7K

 Published On Dec 22, 2018

শনিবাৰে পত্নীক বিচাৰি ৰাজপথত হুৰ হুৰাই কান্দি উঠিল অসমীয়া বোলছবি জগতৰ এজন অভিনেতা । কোনো নতুন ছবিৰ অভনয়ৰ দৃশাংশ নহয় এয়া । বাস্তৱ জীৱনত ৰাজপথতে এনে দৰে হুকহুকাই উঠিল অভিনেতা ৰমেন তামূলীয়ে ।

উল্লেখ্য যেু শুকুৰবাৰে পুৱাই প্ৰাতঃভ্ৰমনলৈ উলাই গৈ সন্ধান হীন হৈ আছে ৰমেন তামূলীৰ পত্নী দীপিকা ৰাণী তামুলী । দুদিন ধৰি পত্নী নিখোজ হৈ থকাত থানাই থানাই এতিয়া বাটকুৰী বাইছে অভিনেতা ৰমেন তামূলীয়ে । থানা থানাই আৰক্ষীৰ সহায় বিচাৰি কোনোধৰণৰ সহাৰি নাপাই অসহায় ব্যক্তি জনে এতিয়া এইদৰেই উচুপি উঠিছে ৰাজপথত ।

show more

Share/Embed