Sonali 2000 //Bihu Songs//Zubeen//Jitul S//Pankaj B//Anupam S//Madhurjya//Nitumoni//Soan Productions
Soan Productions Soan Productions
70.3K subscribers
103,168 views
1.3K

 Published On May 8, 2021

***Song Collected, Video Edited & Uploaded by:- Swapnil Anjan Borah (Soan)

প্ৰস্তুত কৰা হৈছে সোণ প্ৰডাকচনৰ স্বত্বাধিকাৰ তথা আন্তৰাষ্ট্রীয় খ্যাতি সম্পন্ন, অসমৰ স্বনামধন্য লোক শিল্পী "ঢোল সম্ৰাট সোমনাথ বড়া ওজা" দেৱৰ প্ৰযোজনা আৰু পৰিচালনাত মুক্তি পোৱা "সোণালী ২০০০" এলবামৰ সাতোটি সুমধুৰ তথা কালজয়ী বিহুগীত। আশা কৰোঁ সকলোৱে যেন আদৰি লব।

১)গীত - বসন্ত কালত অ' ভনী কুলিয়ে মাতে
কন্ঠ- জিতুল সোনোৱাল,নিতুমণি বড়া
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
গীত সংগ্ৰাহক- সোমনাথ বড়া ওজা, মনিন বৰুৱা,বসন্ত নিবিড়, পঙ্কজ শইকীয়া
Link⬇️
   • বসন্ত কালত অ' ভনী কুলিয়ে মাতে | কন্ঠ-...  

২)গীত - অ' নিৰু বাৰান্দাতে ববা তাঁত
কন্ঠ- প্ৰয়াত পঙ্কজ বৰদলৈ, নিতুমণি বড়া
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
গীতৰ কথা/সুৰ- পঙ্কজ শইকীয়া
Link⬇️
   • অ' নিৰু বাৰান্দাতে ববা তাঁত | কন্ঠ- প...  

৩)গীত - নিৰানব্বৈ চনতে কাৰ্গিলৰে যুজঁতে
কন্ঠ- জিতুল সোনোৱাল,নিতুমণি বড়া
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
গীতৰ কথা/সুৰ- জগত মৰাং
Link⬇️
   • নিৰানব্বৈ চনতে কাৰ্গিলৰে যুজঁতে | কন্...  

৪)গীত - মোৰ মৰমৰ জোনমণি চিকুণ তোমাৰ
কন্ঠ- অনুপম শইকীয়া,নিতুমণি বড়া
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
গীত কথা/সুৰ- অৰুণ গগৈ
Link⬇️
   • মোৰ মৰমৰ জোনমণি চিকুণ তোমাৰ | কন্ঠ- অ...  

৫)গীত - অ' ৰিজুমণি দেউতাৰাৰ বৰ জীয়ৰী
কন্ঠ- মাধুর্য্য বুঢ়াগোহাঁই, নিতুমণি বড়া
গীতৰ কথা/সুৰ- মাধুর্য্য বুঢ়াগোহাঁই
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
Link⬇️
   • অ' ৰিজুমণি | কন্ঠ- মাধুর্য্য বুঢ়াগোহ...  

৬)গীত - সচাঁকৈ সুধিছো অ সোণ সোণালী
কন্ঠ- জুবিন গাৰ্গ, নিতুমণি বড়া
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
গীত সংগ্ৰাহক- সোমনাথ বড়া ওজা, পঙ্কজ শইকীয়া, অৰুণ গগৈ, অজিত বৰা, গিৰিন্দ্ৰ শইকীয়া, ৰঞ্জিত বৰা, ৰত্নেশ্বৰ মৰাণ, জগত মৰাণ
Link⬇️
   • সচাঁকৈ সুধিছো অ সোণ সোণালী | কন্ঠ- জু...  

৭)গীত - সন্ধিয়াৰ আকাশত যেতিয়া তৰাটি ওলাব
কন্ঠ- জুবিন গাৰ্গ, নিতুমণি বড়া
কথা/সুৰ- সোমনাথ বড়া ওজা
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
Link⬇️
   • সন্ধিয়াৰ আকাশত যেতিয়া তৰাটি ওলাব | ক...  

সহ কন্ঠ - পঙ্কজ শইকীয়া, গিৰিন্দ্ৰ শইকীয়া, হেমন্ত ভূঞা, বসন্ত নিবিড়, বিমান বৰুৱা, বৰ্ণালী কলিতা, তৰালি শৰ্মা
ঢোল- সোমনাথ বড়া ওজা,স্বৰ্গীয় প্ৰসেন বৰা, জিতেন বৰা, গকুল মহন্ত
গগণা,পেঁপা - সোমনাথ বড়া ওজা
বাঁহী- পৰমেশ্বৰ বসুমতাৰী, কৈলাস ৰাভা
তাল-নলিন বৰা
কি-বৰ্ড- ডনী হাজৰিকা, ভদ্রকান্ত দাস
সংগীত বাণীবন্ধন - Studio Dwija Chitra, Studio Music Makers
Recorded, Mixed & Mastered- Jitu Sharma, Kiran Bora
Thanks to Bhaba (Studio Dwija Chitra) for hospitality.

CAUTION:- © Copyright of this videos and songs are strictly reserved to Soan Productions, Somnath Borah (Oja) and Swapnil Anjan Borah. Uploading this video without legal permissions in any media platforms will not be tolerated and strict actions will be taken according to the section 13 of Copyright Act 1957.

#BihuSongs #Sonali2000 #SoanProductions #SwapnilAnjanBorah #Aryanz_Pixelography

Hope everyone enjoys the video.... Like it... Share it... Subscribe to my channel😊🙏🏻🙏🏻🙏🏻

Subscribe my new You Tube Channel "Swapnil Aryanz Pixelography" Link👇🏻👇🏻👇🏻
   / @swapnilaryanzpixelography  

To follow me in Facebook:-
  / swapnilanjan.borah  

Official Facebook Page-
  / 212104595551052  

To follow me in Instagram:-
  / swapnil_aryanofficial  

  / swaataryan  

show more

Share/Embed