ভাগৱত কিয় শুনিব লাগে!!
Bhokoti Bhokoti
2.6K subscribers
8 views
0

 Published On Aug 9, 2023

ভাগৱত কিয় শুনিব লাগে!
যেতিয়ালৈকে এজন ব্যক্তিৰ বিষয়ে গম নাপাওঁ যে তেওঁৰ কি গুণ আছে বা সেইজন ব্যক্তিৰ পৰা আমাৰ কি সুবিধা হ’ব, তেতিয়ালৈকে সেইজন ব্যক্তিৰ প্ৰতি আমাৰ সিমান এটা শ্ৰদ্ধা নাহিব। যেতিয়া গম পাওঁ তেওঁৰ পৰা আমি কিবা লৈছো বা তেওঁৰ পৰা আমাৰ ব্যক্তিগত জীৱনত কিবা এটা লাভ হৈছে আৰু তেতিয়াই তেওঁৰ প্ৰতি আমাৰ সেৱা ভাৱ বা শ্ৰদ্ধা ভাৱ বাঢ়ে। আৰু ঠিক সেইদৰেই ............
আহকচোন শ্ৰদ্ধাৰ ৰণ্টু শইকীয়া বাপৰ মুখৰপৰাই শুনোঁ ...

বাখ্যাকাৰ- শ্ৰী যুত ৰন্টু শইকীয়া
স্থান- ধোবাকটা কীৰ্ত্তন গৃহ


#ভাগৱত_বাখ্যা #ভাগৱত #শ্ৰীমদ্ভাগৱত #ভাগৱত_পাঠ #ৰন্টু_শইকীয়া
#assam #assamesestatus #Bhagwat #bhagwatkatha #Bhagwat_bakhya #RantuSaikia
#youtube #youtubevideo #youtubeshorts #youtubevideos

show more

Share/Embed