ৰঙালী (Rongali 2023) - Achurjya Borpatra | Apurba Jaan | Sunit Gogoi | Bihu 2023
Achurjya Borpatra Official Achurjya Borpatra Official
1.46M subscribers
1,252,785 views
32K

 Published On Premiered Apr 8, 2023

Presenting ৰঙালী (Rongali 2023) by Achurjya Borpatra exclusively on Achurjya Borpatra Official.

AB Production Presents
আচুৰ্য বৰপাত্ৰৰ
ৰঙালী

কথা-সুৰ-সংগীত : অপূৰ্ব-শোণিত
টাই সংগ্ৰহ: কৃষ্ণা বৰগোহাঁই
ঢোল - পংকজ বৰা, লাচিত বৰুৱা
পেঁপা-গগনা-ধুতং-তাল - পিতি বৰা
বীণ - গৌতম
বাঁহী - কৈলাশ ৰাভা
সহঃ শিল্পী - জনম কাশ্যপ
শব্দ সংমিশ্ৰণ - দিগন্ত বৰদলৈ
Recorded at Studio Dreams by Ripunjoy
Music Publisher: Eikhon Axom Hoi Bhai Media
Photography: Bikram Borpatra
Poster & Lyrical Video: Dainan Nongthombam

Special Thanks to Saranga Bhuyan, Diganta Bordoloi, Sunit Gogoi, Jugantar Nath, Montu Gohain, Darpan Bortanuly, Saundarjya Bhuyan Hazarika, Mukunda Kalita, Luit Kakoty, Paplu Chetia, Nil Bordoloi, Manabendra Bora, Monuj Boraik, Jayanta Das, Janam Kashyap, Bhargav Khound, Trailukya Boruah, Arnab Hazarika, Bidyut Robin, Bolin Bora, Jyotishman Chetia, Suvrat Kakoti , Nitu Khanikar.

[Lyrics]
বৰনৈ বাঢ়িলে চাপৰি বুৰিলে
টুপাই বুৰ মাৰিলে শিহু !
উজনি নামনিত ঢোলে গুমগুমালে ঐ
পালেহি ব'হাগৰ বিহু !!

অনতাংমা পাইলোছে মেচিচাংঞা ছৈনী ঐ
চমপাংক' পাইলোছে চেফ্ৰি !
চিনাংকা পাইলোছে মেচিচাং জানাং ঐ
চমপাংক' পাইলোছে চেফ্ৰি !!

ধনচেং ঢোলৰে বৰতি
ধনচেং ল'লো টানি টানি
আকৌ আহি পালেহি মৰমৰে বিহুটি
ধনচেং ধনৰ মলা , ফূলচেং ফুলৰ মলা
বিহু মাৰিবলৈ/২ যাওঁ !!

ধনচেং কঁকালৰ টঙালি
ধনচেং বান্ধিলো উজালি
ডালত পৰি বিনালে কলীয়াকৈ কুলিটি
ধনচেং ধনৰ মলা , ফুলচেং ফুলৰ মলা
বতৰৰ গীতকে/২ গাওঁ !!
আওতে ঐ পিতুৰিয়া
খামচেং পিলুং পিয়্যকা
পুলুং সজা মিটলং
পাই চিদে চং কং
কাচি ঐ কাচি ঐ কৰাক মা !!

আকৌ চেংকন গড়গঞা নাচনী
আকৌ চেংকন হালি-জালি নাচিব
আকৌ চেংকন ৰংঘৰৰ বাকৰি
আকৌ চেংকন জিলিকি উঠিব
আকৌ চেংকন মোৰে চেংকন
পৃথৱী উঠিব/২ কঁপি !

আকৌ চেংকন আমি অসমীয়া
আকৌ চেংকন মূৰত পাগে মৰা
আকৌ চেংকন বিহু বুলি ক'লে
আকৌ চেংকন ভাতে-পানী এৰা
আকৌ চেংকন মোৰে চেংকন
নাচোনত উৰাই যাওঁ/২ ধূলি !!

চ'ততে চকৰী দদাই ঐ
ব'হাগত বাবৰি দদাই ঐ
জেঠতে আমনা দদাই ঐ ধান !
গৰুবিহুৰ দিনা দদাই ঐ
বস্ত্ৰ দান কৰিবা দদাই ঐ
তেহে পাবা বৈকুণ্ঠত দদাই ঐ স্হান !!

[SOCIAL]
Achurjya Borpatra
INSTAGRAM:   / achurjya_borpatra  
FACEBOOK:   / achurjyaborpatraofficial  

Digitally powered by Eikhon Axom Hoi Bhai Media
Web: https://eahbmedia.in

© ℗ AB Production. All Rights Reserved.

#Rongali2023 #AchurjyaBorpatra

NOTE: Any illegal reproduction or re-upload of this content in any form will result in immediate action against the person concerned.

show more

Share/Embed