দুই সন্তানৰ মাতৃ আইমী বৰুৱা, অথচ এবাৰলৈ মনত নপৰিল সেই তিনিবছৰীয়া শিশুটিৰ মুখখনলৈ!
The CrossCurrent Assam The CrossCurrent Assam
80K subscribers
86,613 views
1.1K

 Published On Sep 29, 2022

দুই সন্তানৰ মাতৃ আইমী বৰুৱা,অথচ এবাৰলৈ মনত নপৰিল সেই তিনিবছৰীয়া শিশুটিৰ মুখখনলৈ! চেমখৰৰ চিত্ৰগ্ৰহণ হ'ল,প্ৰচাৰো হ'ল,আন্তৰাষ্ট্ৰীয় সমাদৰো বুটলিলে আইমী বৰুৱাই। ফটো উঠিলে ৰেড কাৰ্পেটতো। কিন্তু এদিনো আইমী বৰুৱাৰ মুখত উচ্চাৰিত নহল কিয় সেই তিনিবছৰীয়া শিশুটিৰ মৃত্যুৰ কথা? প্ৰশ্ন কৰিছে ৰাইজে
The CrossCurrent Take

show more

Share/Embed