Bhupen Hazarika Pratima Pandey BARO MAASE বাৰ মাসে তেৰ ফুল ফুটে
Anjan Kumar Saikia Anjan Kumar Saikia
97.4K subscribers
700,375 views
3.5K

 Published On Jul 23, 2015

(ভূপেন হাজৰিকা আৰু প্ৰতিমা পাণ্ডে বৰুৱাৰ দ্বৈত কণ্ঠত)
প্ৰ: পা: বাৰ’ মাসে তেৰ ফুল ফুটে
বাৰ’ মাসে তেৰ ফুল ফুটে
বছৰে ফুটে হলা সই
নাযায় অ’ যমুনাৰ জলে ।
দুয়ো: তোমৰা নাযায় অ’ নাযায় অ’
নাযায় অ’ সইৰে
ঐ না যমুনাৰ জলে
তোমৰা নাযায় অ’ নাযায় অ’
নাযায় অ’ সইৰে
ঐ না যমুনাৰ জলে ।।
প্ৰ: পা: যে ঘাটে ভৰিব আৰো জল
ভূ: হা: যে ঘাটে ভৰিব আৰো জল
সেই ঘাটে কানাইয়া সই
নাযায় অ’ যমুনাৰ জলে ।।
প্ৰ: পা: (আৰে) সেই ঘাটে কানাই আসই
নাযায় অ’ যমুনাৰ জলে ।।
দুয়ো: তোমৰা নাযায় অ’ নাযায় অ’
নাযায় অ’ সইৰে
ঐ না যমুনাৰ জলে
তোমৰা নাযায় অ’ নাযায় অ’
নাযায় অ’ সইৰে
ঐ না যমুনাৰ জলে
প্ৰ: পা: নন্দেৰ বেটা চিকন আৰু কালা
ভূ: হা: নন্দেৰ বেটা চিকন আৰু কালা
কালা দিলেক বিষম জ্বালা সই
নাযায় অ’ যমুনাৰ জলে ।।
প্ৰ: পা: কালা দিলেক বিষম জ্বালা সই
নাযায় অ’ যমুনাৰ জলে ।।
দুয়ো: তোমৰা নাযায় অ’ নাযায় অ’
নাযায় অ’ সইৰে
ঐ না যমুনাৰ জলে
তোমৰা নাযায় অ’ নাযায় অ’
নাযায় অ’ সইৰে
ঐ না যমুনাৰ জলে
প্ৰ: পা: কদম গাছে হেলানীৰে দিয়া
ভূ: হা: কদম গাছে হেলানীৰে দিয়া
কালা বাজায় মোহন বাঁশীস ঐ
নাযায় অ’ যমুনাৰ জলে ।।
প্ৰ: পা: কালা বাজায় মোহন বাঁশীস ঐ
নাযায় অ’ যমুনাৰ জলে ।।
দুয়ো: তোমৰা নাযায় অ’ নাযায় অ’
নাযায় অ’ সইৰে
ঐ না যমুনাৰ জলে
তোমৰা নাযায় অ’ নাযায় অ’
নাযায় অ’ সইৰে
ঐ না যমুনাৰ জলে
তোমৰা নাযায় অ’ নাযায় অ’
নাযায় অ’ সইৰে
ঐ না যমুনাৰ জলে

show more

Share/Embed