দৰঙৰ মহলীয়াপৰা পদুমপুখুৰী হাইস্কুলত প্ৰকৃততে কি হৈছিল?
NKTV PLUS NKTV PLUS
624K subscribers
36,729 views
489

 Published On Sep 23, 2024

▶️ দৰঙৰ মহলীয়াপৰা পদুমপুখুৰী হাইস্কুলত প্ৰকৃততে কি হৈছিল?
▶️ দশম শ্ৰেণীৰ ৪ ছাত্ৰৰ আক্ৰমণত এজনৰ মৃত্যুৰ গুৰুতৰ অভিযোগ
▶️ শিক্ষকৰ চকুৰ সন্মুখতে কেনেকৈ ঘটিব পাৰিলে ইমান ভয়ংকৰ ঘটনা?
▶️ বিদ্যালয়ৰ অনুশাসনত অৱহেলাৰ বাবেই সংঘটিত হ'ল নেকি এনে ঘটনা?
▶️ এই আক্ৰমণৰ ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ
▶️কি কয় শিক্ষকসকলে?

show more

Share/Embed