Chocolate cake।।eggless chocolate cake।।কণী নিদিয়া চকলেট কেক।।no oven।।no cooker।।no egg।।
Asomiya Suwali Rekha - অসমীয়া ছোৱালী ৰেখা Asomiya Suwali Rekha - অসমীয়া ছোৱালী ৰেখা
327K subscribers
118,331 views
5.8K

 Published On Oct 15, 2019

আজি লৈ আহিছোঁ এটা টেষ্টি চকলেট কেকৰ ৰেচিপি। ঘৰতে বনাওঁক বেকাৰীৰ দৰে চকলেট কেক। মোক বহুতে কণী নিদিয়া কেকৰ ৰেচিপি দিবলৈ কৈ আছিল, চকলেট কেকৰ ৰেচিপিও বিচাৰিছিল আৰু অভেন ব্যৱহাৰ নকৰাকৈ কেনেকৈ কেক বনাব পাৰি সেইটোও বিচাৰিছিল। সেইবাবে মই কণী নিদিয়া আৰু অভেন ব্যৱহাৰ নকৰাকৈ বনোৱা এই চকলেট কেকৰ ৰেচিপিটো লৈ আহিলোঁ। বহুতে বনাব জানে কিন্তু যি সকলে বনাব নাজানে মই ভাবো তেওঁলোক এই ভিডিঅটো চাই উপকৃত হব।

#chocolatecake #egglesscake #cake

show more

Share/Embed