⏺️ স্পাইডাৰমেন,চুপাৰমেন সকলোৰে বাপ হনুমেন
Namaste with Nilufa Namaste with Nilufa
131 subscribers
20 views
3

 Published On Oct 13, 2024

⏺️Namaste with Nilufaৰ আজিৰ আলহী হিমাংশু প্ৰসাদ দাস
⏺️১৮অক্টোবৰত মুক্তিলাভ কৰিব হিমাংশু প্ৰসাদৰ 'হনুমেনে'
⏺️হনুমেনত আছে অসমৰ অন্যায় অপৰাধৰ কলা অধ্যায়
⏺️চিনেমাৰ মাজেৰে হিমাংশুৰ প্ৰতিবাদ
⏺️আৰু বহুতো কথা আছে চিনেমাখনৰ মাজত
⏺️ সবিশেষ শুনক হিমাংশু প্ৰসাদ দাসৰ মুখেৰে



#joyhanuman #assamese #movie #himanshuprasaddas

show more

Share/Embed